सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বিপদ-আপদলৈ মন-কাণ দি থকা
उदाहरणे : কাশ্মীৰত সন্ত্রাসবাদীয়ে প্রৱেশ কৰিব পাৰে বুলি সেনাবাহিনীক ্ সতর্ক কৰি দিয়া হৈছে
समानार्थी : খবৰদাৰ, ততোৱাল, তলচকুৱা, সজাগৰ, সতর্ক, সাৱধান, হুঁচিয়াৰ, ্সজাগ
अर्थ : জীয়াই থকাজন বা যাৰ প্রাণ আছে
उदाहरणे : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
समानार्थी : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সজীৱ
स्थापित करा