सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : প্রাচীন বৌদ্ধ ভিক্ষুসকলৰ ধার্মিক নিবাস স্থান
उदाहरणे : সংঘত এসময়ত নাৰীৰ প্রৱেশ নিষিদ্ধ আছিল
समानार्थी : বৌদ্ধ মঠ, সংঘ
अर्थ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
उदाहरणे : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি
समानार्थी : দল, পার্টী, মণ্ডলী, সংঘ
अर्थ : প্রাচীন বৌদ্ধ ভীক্ষুসকলৰ ধার্মিক সমাজ
उदाहरणे : নি্র্বাণ লাভৰ কাৰণে বৌদ্ধ ভীক্ষুসকলে সংঘত শৰণ লয়
समानार्थी : সংঘ
स्थापित करा