सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ধ্বংস কৰা ব্যক্তি
उदाहरणे : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়
समानार्थी : ধ্বংসকাৰী, নাশী, বিনাশক, বিনাশী
अर्थ : যি কাৰোবাক হত্যা কৰিছে
उदाहरणे : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
समानार्थी : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
अर्थ : যাৰ পৰা প্রাণ নাশ হʼব পাৰে বা প্রাণ লওঁ্তা
उदाहरणे : সি ্তেওঁৰ ওপৰত ্প্রাণনাশক আক্রমণ চলাইছিল
समानार्थी : জীৱান্তক, প্রাণঘাতী, প্রাণনাশক, প্রাণহাৰক, প্রাণহাৰী, প্রাণান্তক, প্রাণান্তিক
स्थापित करा