पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সংস্কাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সংস্কাৰ   বিশেষ্য

अर्थ : দোষ বা ত্রুটি দূৰ ্আঁ্তৰাই ভাল কৰা কার্য

उदाहरणे : পাণিনিয়ে দেৱভাষাৰ পৰিশোধন কৰি তাক সংস্কৃত ৰূপ দিছিল

समानार्थी : সংশোধন পৰিশোধন

अर्थ : মানুহক শুদ্ধ আৰু উন্নত কৰিবৰ বাবে ধার্মিক দৃষ্টিৰে কৰা হিন্দুসকলৰ বিশিষ্ট কৃত্য

उदाहरणे : হিন্দু ধর্মত ্সংস্কাৰৰ ডাঙৰ মহত্ত্ব আছে

अर्थ : কোনো বস্তুক আৰু ভাল বা অধিক উপযোগী কৰি তোলা কার্য

उदाहरणे : এই কামটোত শুধৰণিৰ প্রয়োজন আছে

समानार्थी : শুধৰণি

अर्थ : মন, ৰুচি, আচাৰ-ব্যৱহাৰ আদিক পৰিষ্কৃত তথা উন্নত কৰা কার্য

उदाहरणे : লʼৰা-ছোৱালীক ভাল সংস্কাৰ দিয়াটো সকলো মাক-দেউতাকৰে কর্তব্য

अर्थ : পূর্বজন্ম, কুল মর্যাদা, শিক্ষা, সভ্যতা আদিৰ মনত পৰা প্রভাৱ

उदाहरणे : এইটো বোৱাৰীৰ সংস্কাৰেই হয় যে তেওঁ কেতিয়াও ওলোটাই উত্তৰ নিদিয়ে

चौपाल