सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ব্যাকৰণত যি পদে দুটা শ্্ব্দ বা বাক্যৰ মাজত বহি সেই দুটা শ্্ব্দ বা বাক্যক জোৰা লগায়
उदाहरणे : তথা, আৰু আদি সংযোজক অব্যয়
समानार्थी : অব্যয়, সংযোজক অব্যয়
अर्थ : যিয়ে যোৰা দিয়ে বা মিলায়
उदाहरणे : এই দুয়োখন চহৰৰ মাজৰ এই পুলটো সংযোজক
समानार्थी : যোজক, সমন্বয়ক
अर्थ : জোৰা লগোৱা বা মিলোৱা
उदाहरणे : কিছুমান সমাসবদ্ধ শ্্ব্দৰ মাজত মধ্য সংযোজক চিহ্ন থাকে
समानार्थी : যোজক, সংযোগী
स्थापित करा