पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সংযত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সংযত   বিশেষণ

अर्थ : যি সংযম হৈ থাকে

उदाहरणे : সংযমী লোকৰ কেতিয়াও বেমাৰ নহয়

समानार्थी : পৰিমিত, সংযমকাৰী, সংযমপৰায়ণ, সংযমশীল, সংযমিত, সংযমী, সুসংযত, সুসংযমী

अर्थ : কোনো ধৰণৰ সীমা বা মর্যাদাৰ সৈতে থকা আৰু তাৰ উলঙ্ঘন নকৰাজন

उदाहरणे : মর্যাদাসম্পন্ন ব্যক্তি শ্রদ্ধাৰ পাত্র হয়

समानार्थी : মর্যাদাসম্পন্ন

अर्थ : বাসনা আৰু মনক নিজৰ বশত ৰখোতা

उदाहरणे : সংযত ব্যক্তিয়েহে ধর্ম্্সাধনাৰ শী্র্ষত আৰোহণ কৰিব পাৰে

अर्थ : নিয়ম, সংযম আদিৰে বান্ধ খাই থকা

उदाहरणे : সংযত জীয়াই থাকিলে মানুহ সুখেৰে থাকে

चौपाल