पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সংজ্ঞা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সংজ্ঞা   বিশেষ্য

अर्थ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

उदाहरणे : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

समानार्थी : জ্ঞান, বোধ, বোধি, সজ্ঞান

अर्थ : জ্ঞান আৰু বুদ্ধি

उदाहरणे : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ

समानार्थी : চেতনা, বিচাৰ-বুদ্ধি

अर्थ : যি শ্্ব্দৰ দ্বাৰা কোনো বস্তু বা ব্যক্তি আদিৰ বোধ জন্মে বা যি শ্্ব্দৰে কাৰোবাক মতা হয়

उदाहरणे : আমাৰ আচার্যদেৱৰ নাম শ্রীপুষ্পক ভট্টাচার্য

समानार्थी : নাম

अर्थ : কোনো বাস্তৱিক বা কল্পিত বস্তুৰ বোধ জন্মোৱা ব্যাকৰণৰ পৰি্ৱর্তনশীল শ্্ব্দ বিশেষ অথবা কোনো ব্যক্তি, বস্তু আৰু ঠাই আদি সূচোৱা শ্্ব্দ বিশেষ

उदाहरणे : তেওঁ বিশেষ্যৰ বিষয়ে অধ্যয়ন কৰি আছে

समानार्थी : বিশেষ্য

चौपाल