पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সংঘর্ষ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সংঘর্ষ   বিশেষ্য

अर्थ : সংকটপূর্ণ ্বা বিপৰীত পৰিস্থিতিৰ পৰা ওলাই আগুৱাই আহিবৰ কাৰণে কৰা প্রয়াস

उदाहरणे : বহুতো সময়ত আমি নিজৰ সৈতে নিজে সংঘর্ষ কৰিবলগীয়া হয়

समानार्थी : দন্দ্ব, যুদ্ধ

अर्थ : শত্রুতাৰ কাৰণে দুটা ফৈদৰ মাজত অস্ত্র-শস্ত্রৰে কৰা হিংসাত্মক কার্য

उदाहरणे : মহাভাৰতৰ যুদ্ধ ওঠৰ দিন ধৰি চলিছিল

समानार्थी : যুঁজ, যুঁজ-্বাগৰ, যুদ্ধ, যুদ্ধ-বিগ্রহ, লৰাই, সমৰ, ্সংগ্রাম, ৰণ

चौपाल