अर्थ : সঞ্চিত বা একত্রিত কৰা
उदाहरणे :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
समानार्थी : একত্রিত কৰা, গোটোৱা, জমা কৰা, সঞ্চিত কৰা
अर्थ : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
उदाहरणे :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
समानार्थी : আদায় কৰা