पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সংকৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সংকৰ   বিশেষ্য

अर्थ : উন্নত জাত সৃষ্টিৰ বাবে বা কোনো নতুন জাতি বা বর্গ উৎপন্ন কৰিবৰ বাবে ভিন ভিন জাতি বা বর্গৰ জন্তু বা উদ্ভিদৰ মাজত সংসর্গ কৰোৱা কার্য

उदाहरणे : ঘোঁৰা আৰু গাধৰ সংকৰৰ পৰা খচ্চৰ সৃষ্টি হৈছে

समानार्थी : সঙ্কৰ

अर्थ : দুই বা ততোধিক বস্তু মিহলাই প্রস্তুত কৰা বস্তু

उदाहरणे : প্রসাদ এবিধ মিশ্রণ

समानार्थी : মিশ্রণ, সংমিশ্রণ

সংকৰ   বিশেষণ

अर्थ : সংকৰৰ পৰা উৎপন্ন

उदाहरणे : ইয়াত ঘোঁৰা আৰু গায়ৰ উন্নত সংকৰজ জাতিৰ উৎপন্ন কৰা হয়

समानार्थी : বর্ণ সংকৰ, সংকৰজ

चौपाल