पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সংকোচ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সংকোচ   বিশেষ্য

अर्थ : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা

उदाहरणे : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে

समानार्थी : চৰম, লাজ

अर्थ : কোনো কাম কৰাৰ আগতে মনত হোৱা উচপিচ অৱস্থা

उदाहरणे : দীপাক এই উপহাৰটো দিবলৈ মোৰ সংকোচ লাগিছে

समानार्थी : কুণ্ঠাবোধ

चौपाल