सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আখৰ, চিন, নাম আদি ছাপ দিবলৈ দবাই অংকিত কৰা যতন
उदाहरणे : প্রধান শিক্ষকে নিজৰ নামৰ এটা ছীল বনালে
समानार्थी : ছীল, ষ্টেম্প
अर्थ : মোহৰ লগালে হোৱা ছাপ বা আকৃতি
उदाहरणे : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে
समानार्थी : ছীল, মোহৰ
अर्थ : ক্রিকেট খেলত ব্যৱহাৰ কৰা তিনিডাল খুটিৰ প্রত্যেকটো যাৰ সন্মুখত থিয় হৈ বেটছমেনে বেট ধৰে
उदाहरणे : বলাৰৰ প্রথমটো বলতেই তিনিওডাল ষ্টাম্প উফৰি পৰিল
अर्थ : যিহত মোহৰ মৰা হৈছে
उदाहरणे : এই চেকখনত মোহৰ মৰা আছে
समानार्थी : মোহৰ
स्थापित करा