अर्थ : কোনো ব্যৱসায়-বাণিজ্যত সন্মিলিত হোৱা লোকৰ প্রত্যেক ব্যক্তিয়ে বিনিয়োগ কৰা পুঁজি বিশেষ
उदाहरणे :
ইনফচিচৰ শ্বেয়াৰৰ দাম বহুত বাঢ়িল
समानार्थी : অংশীদাৰী পত্র
अर्थ : জনসাধাৰণৰ লাভালাভৰ কাৰণে কোনো কোম্পানীয়ে উলিওৱা তেওঁলোকৰ পুঁজিৰ অংশ বিশেষ
उदाहरणे :
দীনেশে ৰিলায়েন্স কোম্পানীৰ শ্বেয়াৰ ক্রয় কৰিলে