अर्थ : লাহে লাহে অনুচিতভাৱে কাৰোবৰ ধ, সম্পত্তি আদি লৈ লোৱা কার্য
उदाहरणे :
জমিদাৰে নিজৰ আৰামৰ কাৰণে দুখীয়াক শোষণ কৰিছিল
अर्थ : পানী আদি শুহি লোৱা কার্য
उदाहरणे :
গছে পৃথিৱীৰ পৰা পানী আদি শোষণ কৰে
समानार्थी : অৱশোষণ কৰা, শুহি লোৱা