अर्थ : সমাপ্ত হোৱাৰ ভাব বা কার্য
उदाहरणे :
মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
समानार्थी :
অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং