पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील শেষ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

শেষ   বিশেষ্য

अर्थ : সমাপ্ত হোৱাৰ ভাব বা কার্য

उदाहरणे : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

समानार्थी : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং

अर्थ : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ

उदाहरणे : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব

समानार्थी : অন্ত, ইতি, উপসংহাৰ, সমাপ্তি

अर्थ : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা

उदाहरणे : কলিযুগত অন্ত নিশ্চিত

समानार्थी : অন্ত, অৱসান, ইতি, ওৰ, পৰিসমাপ্তি, যতি, শেহ, সমাপ্তি, সাং

अर्थ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........

उदाहरणे : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে

समानार्थी : খুন, নিধন, প্রাণ লোৱা, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, সংহাৰ, হত্যা, হনন

শেষ   বিশেষণ

अर्थ : শেষ সীমা পোৱা

उदाहरणे : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে

समानार्थी : অন্তিম, চৰম

अर्थ : কোনো অৱশিষ্ট নথকা

उदाहरणे : মই কৰা কামটো এতিয়া শেষ হʼল

समानार्थी : খতম, নিষ্পন্ন, নিষ্পাদিত, পূর্ণ, পৰিসমাপ্ত, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, সম্পূর্ণ, ্পূৰ

अर्थ : যি সকলোৰে পিছত হয়

उदाहरणे : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে

समानार्थी : অন্ত, অন্তিম, অন্ত্য, চৰম

अर्थ : যিটো নাশ হৈছে

उदाहरणे : ভূমিকম্পত ্ তেওঁৰ সকলো নষ্ট হʼল

समानार्थी : উছন, ক্ষয়প্রাপ্ত, খাস্তাং, জাহ, ধ্বংসপ্রাপ্ত, নষ্ট, নিশ্চিহ্ন, বিধ্বস্ত, বিনষ্ট, বিলীন, লীন

चौपाल