सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : একপ্রকাৰৰ ডাঙৰ চিকাৰী চৰাই
उदाहरणे : শেনটোৱে একে চোঁচাতে নিগনিটো ধৰি লৈ গʼল
समानार्थी : ঈগল, ঈগল চৰাই, উকহ, বহৰী, শেন চৰাই
अर्थ : গোটেই ভাৰততে পোৱা এবিধ বেগী চৰাই
उदाहरणे : শেন চৰাই আকাৰত কাউৰীতকৈ সৰু তথা দেহৰ তলৰ ফালে বগা আৰু ওপৰৰ ফালে ছাই বৰণীয়া বা নীলা বৰণীয়া
समानार्थी : শেন চৰাই
स्थापित करा