सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এটা আনটোৰ সৈতে সম্বন্ধ থকা কোনো কথা, বস্তু বা ঘটনা আদিৰ ক্রম অনুসৰি হোৱা বহু ধৰণৰ কথা
उदाहरणे : খেলৰ শৃংখলা আজিৰ পৰা আৰম্ভ হʼব
समानार्थी : চিৰিজ
अर्थ : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম
उदाहरणे : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল
समानार्थी : লাইন, লান, লানি, লালী, শাৰী
स्थापित करा