सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
उदाहरणे : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
समानार्थी : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স
अर्थ : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য
उदाहरणे : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়
समानार्थी : ভাড়া, ভাৰা, মাচুল
अर्थ : খেতি-বাতিৰ মাটিত লগোৱা কৰ
उदाहरणे : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
समानार्थी : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স
अर्थ : কোনো কামৰ সলনি লোৱা বা দিয়া ধন
उदाहरणे : মাচুল জমা নিদিয়া কাৰণে মনোহৰৰ স্কুলৰ পৰা নাম কটা গʼল
समानार्थी : ফিজ, মাচুল
स्थापित करा