पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील শুক্র शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

শুক্র   বিশেষ্য

अर्थ : মতা জীৱ-জন্তুৰ বী্র্যত ্ পোৱা জীৱাণু, যি ডিম্বাণুৰ সংযোগত নতুন জীৱৰ জন্ম দিব পাৰে

उदाहरणे : পুৰুষৰ বীর্যত শুক্রাণু পোৱা যায়

समानार्थी : শুক্রাণু

अर्थ : শৰীৰৰ যি ধাতুৰ পৰা বল, শক্তি, কান্তি আদি আহে আৰু সন্তান উৎপন্ন হয়

उदाहरणे : তেওঁ বী্র্য সম্বন্ধীয় ৰোগত ভোগী আছে

समानार्थी : বী্র্য

अर्थ : বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটো

उदाहरणे : তেওঁৰ ্ ডাঙৰ লʼৰাটো শুক্রবাৰে জন্ম হৈছিল

समानार्थी : শুকুৰবাৰ, শুক্রবাৰ

अर्थ : আপেক্ষিকভাৱে পৃথিৱীতকৈ সূর্যৰ বেছি ওচৰত থকা সৌৰজগতৰ এটা গ্রহ

उदाहरणे : বৈজ্ঞানিকসকলে শুক্র-গ্রহৰ বিষয়ে অধিক জানিবলৈ গৱেষণা কৰি আছে

समानार्थी : শুকুৰ, শুক্র-গ্রহ

चौपाल