पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील শুকাই যোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

শুকাই যোৱা   ক্ৰিয়া

अर्थ : শৰীৰ ক্ষীণাই যোৱা অৱস্থা

उदाहरणे : তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে

समानार्थी : ক্ষীণকায় হোৱা, হাড় ওলাই অহা

अर्थ : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

उदाहरणे : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

समानार्थी : জঁই ্পৰা, লেৰেলা

अर्थ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা

उदाहरणे : অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে

समानार्थी : শুকোৱা

अर्थ : উজ্জ্বলতা কমি যোৱা

उदाहरणे : বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল

समानार्थी : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা

चौपाल