सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জাৰকালিৰ ঋতু
उदाहरणे : শীতকালত কুহুমীয়া ৰʼদত বহি ভাল লাগে
समानार्थी : শীতঋতু
अर्थ : ঠাণ্ডা বতৰ
उदाहरणे : শীতত বৰষুণ হʼলে ঠাণ্ডা আৰু বেছি হয়
समानार्थी : জাৰ, জাৰকালি, শীত
अर्थ : গছৰ পাত বিশেষভাৱে সৰি যোৱা ঋতু বিশেষ
उदाहरणे : শীতকালৰ পিছতেই বসন্তকালৰ আগমণ ঘটে
समानार्थी : শীত-কাল
स्थापित करा