अर्थ : যুদ্ধৰ সময়ত যুদ্ধাই পিন্ধা লোহাৰ টুপী
उदाहरणे :
সংগ্রহালয়ত আগৰ দিনৰ ৰজাৰ বিভিন্ন শিৰস্ত্রাণ ৰখা হৈছে
अर्थ : মূৰত আঘাত লগাৰ পৰা বাচিবৰ কাৰণে পিন্ধা এবিধ ধাতুৰে তৈয়াৰী টুপি বিশেষ
उदाहरणे :
মটৰ-চাইকেল চলোৱাসকলৰ কাৰণে হেলমেট পিন্ধাটো বাধ্যমূলক কৰা হৈছে
समानार्थी : হেলমেট