अर्थ : যিজনক কোনোবাই কিবা পঢ়াইছে বা শিকাইছে
उदाहरणे :
শিষ্য আৰু গুৰুৰ সম্পর্ক মধুৰ হোৱা উচিত
अर्थ : যিজনে বিদ্যাশিক্ষা গ্রহণ কৰে
उदाहरणे :
এই শ্রেণীকোঠাত পঁচিশজন ছাত্র আছে
समानार्थी : অধ্যয়নকাৰী, ছাত্র, জ্ঞানার্থী, বিদ্যার্থী, শিক্ষার্থী