अर्थ : যʼত শিল আছে
उदाहरणे :
মন্দিৰলৈ যোৱা এইটোৱেই একমাত্র শিলৰ পথ
समानार्थी : অশ্বময়, প্রস্তৰ নির্মিত, প্রস্তৰময়, প্রাস্তৰিক, শিলৰ, শৈল, শৈলময়
अर्थ : যʼত শিল থাকে
उदाहरणे :
মায়ে শিলযুক্ত চাউলবোৰ বাচি আছে শিলাময় ভূমিত খোজকাঢ়ি থাকোতে ভৰিটো পিচলি গʼল
समानार्थी : শিলযুক্ত
अर्थ : শিলৰ বা শিল সম্বন্ধীয়
उदाहरणे :
শিলাময় ক্ষেত্রত খনন কৰা বৰ কঠিন