सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শিলৰ টুকুৰা
उदाहरणे : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল
समानार्थी : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলাখণ্ড, শৈলখণ্ড
अर्थ : সৰু আকাৰৰ শিল
उदाहरणे : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
समानार्थी : পাথৰ, শিল
अर्थ : শিল বা অন্য কোনো বস্তুৰ সৰু টুকুৰা:আজিকালি চাউলৰ বেপাৰীয়ে চাউলত শিলগুটি মিলাই বক্রী কৰে
उदाहरणे :
समानार्थी : পাথৰ
स्थापित करा