सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সৰু আকাৰৰ শিল
उदाहरणे : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে
समानार्थी : পাথৰ, শিলগুটি
अर्थ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়
उदाहरणे : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা
समानार्थी : পাথৰ, প্রস্তৰ, শিলাখণ্ড
अर्थ : আকাশৰ পৰা সৰি পৰা বৰফৰ টুকুৰা
उदाहरणे : বৰষুণৰ লগে-লগে শিলো পৰিছে
समानार्थी : শিল বৰষুণ
अर्थ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে
उदाहरणे :
समानार्थी : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলা, ষ্টোন
स्थापित करा