अर्थ : কোনো বিশেষ কার্য ্বা উদ্দেশ্যৰ নিমিত্তে কিছুমান লোক অস্থায়ীভাৱে থকা ঠাই বিশেষ
उदाहरणे :
চকুৰ চানিপৰা ৰোগৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে ডাক্তৰে দহ দিনৰ শিবিৰ পাতিছে
समानार्थी : কেম্প
अर्थ : কোনো কামৰ কাৰণে সহযোগিতাৰে কৰা এক বিশেষ আয়োজন
उदाहरणे :
এই শিবিৰটো দুদিন ধৰি চলিব
समानार्थी : কেম্প