पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील শিখৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

শিখৰ   বিশেষ্য

अर्थ : কোনো বস্তু, স্থান আদিৰ সকলোতকৈ ওপৰৰ ভাগ

उदाहरणे : এই মন্দিৰটোৰ চূড়াত এখন গেৰুৱা ধ্বজা উৰি আছে শ্যাম সফলতাৰ শিখৰত উপনীত হʼল

समानार्थी : চূড়া, শিখা

শিখৰ   বিশেষণ

अर्थ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়

उदाहरणे : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত

समानार्थी : উচ্চ, ওখ, ওখ-পাখ, চৰা, টিং

चौपाल