अर्थ : মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র
उदाहरणे :
সীতাই সেউজীয়া ৰঙৰ শাৰী পিন্ধিবলৈ ভাল পায়
अर्थ : একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ
उदाहरणे :
ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে
समानार्थी : লানী
अर्थ : ক্রম অনুসাৰে হোৱা অৱস্থা
उदाहरणे :
দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
समानार्थी : অনুক্রম, অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা
अर्थ : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি
उदाहरणे :
উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক
समानार्थी : পংক্তি