सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এক ধৰণৰ সৰু ফোঁহা
उदाहरणे : তেওঁৰ ্গোটেই মুখতে শালমন ওলাইছে
समानार्थी : শালমইনা
अर्थ : ছালত কাঁইটৰ দৰে ওলোৱা এক ধৰণৰ ছালৰ ৰোগ
उदाहरणे : তেওঁৰ প্রতিবছৰ শাতকালি শালমন ওলায়
अर्थ : বিশেষকৈ ডেকা বয়সত মুখ আদিত ওলোৱা গুটি গুটি ৰূপ
उदाहरणे : তেওঁ ্ শালমন নাইকীয়া কৰিবলৈ সদায় হালধি আৰু চন্দনৰ লেপন দিয়ে
समानार्थी : প্রেমগুটি, শালমইনা
स्थापित करा