अर्थ : এজোপা সুকাঠী বহুত ডাঙৰ গছ
उदाहरणे :
শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়
समानार्थी : শাল গছ
अर्थ : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে
उदाहरणे :
কমাৰে শালত কেৰাহীখন থৈ পিটি আছে