पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील শান্তি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

শান্তি   বিশেষ্য

अर्थ : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে

उदाहरणे :

समानार्थी : অৱকাশ, অৱসৰ, আজৰি, আৰাম, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, সুখ

अर्थ : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ

उदाहरणे : সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে

समानार्थी : প্রশান্তি

अर्थ : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ

उदाहरणे : ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ

समानार्थी : আৰাম

अर्थ : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ

उदाहरणे : লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়

समानार्थी : সুখ

अर्थ : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা

उदाहरणे : যুদ্ধৰ পিছত দেশত এতিয়া শান্তি

अर्थ : ক্ষোভ, দুখ নথকা মনৰ শান্ত অৱস্থা

उदाहरणे : যোগ সাধনে মনলৈ শান্তি আনে

समानार्थी : প্রশান্তি, স্বস্তি, ্শাঁতি

अर्थ : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব

उदाहरणे : আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল

समानार्थी : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা

चौपाल