अर्थ : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
उदाहरणे :
ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
समानार्थी : ঠাণ্ডা
अर्थ : যি উদ্বিগ্ন নহয়
उदाहरणे :
মোহনৰ জীৱন নিৰুদ্বিগ্ন
समानार्थी : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, প্রশান্ত
अर्थ : যাৰ চিত্ত স্থিৰ
उदाहरणे :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
समानार्थी : অচঞ্চল, অমত্ত, প্রশান্ত, স্থিৰ, স্থিৰচিত্ত
अर्थ : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে
उदाहरणे :
ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে
समानार्थी : ধীৰ, ধীৰ-স্থিৰ, ধৈর্যশীল, ্ধৈর্যব্ান