सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এজন দেৱতা
उदाहरणे : মোহনে নিয়মিতভাৱে শনিৰ পূজা কৰে
समानार्थी : শনিদেৱ
अर्थ : সৌৰজগতৰ সপ্তম গ্রহ
उदाहरणे : শনি পৃথিৱীৰ আটাইতকৈ দূৰত অৱস্থিত গ্রহ
समानार्थी : শনি-গ্রহ
अर्थ : শুক্রবাৰৰ পিছৰ আৰু দেওবাৰৰ আগৰ দিনটো
उदाहरणे : তেওঁ ্ অহা শনিবাৰে আহিব প্রত্যেক শনিবাৰে মোৰ ছুটি থাকে
समानार्थी : শনিবাৰ
स्थापित करा