पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील শক্তি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

শক্তি   বিশেষ্য

अर्थ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

उदाहरणे : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

समानार्थी : এনার্জি, ক্ষমতা, তেজ

अर्थ : শৰীৰৰ বল

उदाहरणे : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

समानार्थी : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি

अर्थ : প্রাকৃতিক ভাণ্ডাৰ

उदाहरणे : বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়

अर्थ : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়

उदाहरणे : প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে

अर्थ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

उदाहरणे : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

समानार्थी : ক্ষমতা, সামর্থ্য

अर्थ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা

उदाहरणे : কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে

समानार्थी : অধিকাৰ

अर्थ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি

उदाहरणे : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল

समानार्थी : চাপ

अर्थ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

उदाहरणे : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

समानार्थी : জোৰ, তেজ, পৰাক্রম, বল, শকতি

चौपाल