सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শৰীৰৰ বল
उदाहरणे : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
समानार्थी : জোৰ, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি
अर्थ : কিবা কৰিব পৰা শক্তি
उदाहरणे : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম
समानार्थी : সামর্থ্য
अर्थ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
उदाहरणे : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
समानार्थी : জোৰ, তেজ, পৰাক্রম, বল, শক্তি
स्थापित करा