सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : প্রাণবায়ু উৰি যোৱা শৰীৰ
उदाहरणे : মৃত্যুৰ পিছত শৱ মাটিৰ সৈতে মিলি যায়
समानार्थी : ভেল, মৃতদেহ, মৰা শ, মৰাশ, লাচ, শৱ, শৱ দেহ
अर्थ : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
उदाहरणे : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
समानार्थी : শতক
अर्थ : নব্বৈ আৰু দহ
उदाहरणे : এই সন্মিলনখনত প্রায় এশজন বিদ্বানে অংশগ্রহণ কৰিছে
समानार्थी : এশ, পাঁচ কুৰি, ১০০
अर्थ : গণনাত এশ বা এশ সংখ্যক
उदाहरणे : আপুনি মহাত্মাজীক লগ কৰা শততম ব্যক্তি
समानार्थी : শততম
स्थापित करा