सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : লৰি থকা কার্য
उदाहरणे : মোৰ সোঁ চকুটো লৰাৰ কাৰণে বৰ অশান্তিত আছোঁ
अर्थ : চলমান কৰোৱা বা দুলন কার্য
उदाहरणे : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
समानार्थी : জোকাৰি দিয়া, জোলা, দুলা, দুলি থকা, হেন্দোলা
अर्थ : কোনো অংগৰ হঠাৎ স্পন্দন হোৱা
उदाहरणे : মোৰ চকুদুটা কঁপিছে
समानार्थी : কঁ্পা
अर्थ : নিজৰ স্থানৰ পৰা অলপ ইফাল-সিফাল হোৱা
उदाहरणे : বতাহত পাতবোৰ লৰিছে
समानार्थी : লৰচৰ কৰা
स्थापित करा