सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পানী বৈ যোৱা সৰু পথ বা সৰু জান
उदाहरणे : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
समानार्थी : নর্দম্া, নলা, নলী
अर्थ : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ
उदाहरणे : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন
समानार्थी : জান, নলা
अर्थ : পানী জমা হʼবলৈ গছ বা উদ্ভিদৰ গুৰিত ঘূৰণীয়া কৰি খন্দা খাল
उदाहरणे : তেওঁ ্গছত পানী দিবৰ কাৰণে লোৰ বনাইছে
स्थापित करा