सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ লোভ থাকে
उदाहरणे : মনোহৰ বৰ লোভী যৌতুক লোভীসকলে এজনী কইনাৰ হত্যা কৰিলে
समानार्थी : লোলুপ
अर्थ : লালসাৰে ভৰা
उदाहरणे : শিশুটোৱে মিঠাইৰফালে লুভীয়া চাৱনিৰে চাই আছিল
समानार्थी : লুব্ধ, লুভীয়া, লোভনীয়, লোভাৱিষ্ট, লোলুপ
अर्थ : যিজনৰ লোভ জন্মিছে
उदाहरणे : তেওঁ এজন ্ লুভীয়া ব্যক্তি
समानार्थी : লুভীয়া
स्थापित करा