सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তুৰ গাঢ় আঠালেটীয়া ৰূপ
उदाहरणे : তেওঁ বেৰত ্মাটিৰ লেও লগাই আছিল
समानार्थी : পেষ্ট, লেও
अर्थ : লিপা কার্য ্বা ভাব
उदाहरणे : শস্য থোৱাৰ আগতে ভঁ্ৰালৰ লেপন কৰা হয়
अर्थ : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা
उदाहरणे : বেৰৰ লেপন শেষ হৈ গৈছে
समानार्थी : অনুলেপন, প্লাষ্টাৰ
अर्थ : প্ৰলেপিত কৰা কাৰ্য
उदाहरणे : ঘৰটোৰ প্ৰলেপ লগোৱা হৈছে
समानार्थी : প্ৰলেপ
अर्थ : ঘা আদিৰ ওপৰত লগোৱা ঔষধৰ লেপন
उदाहरणे : তেওঁ ্ঘা-ডোখৰত ঔষধৰ লেপন লগাই আছে
समानार्थी : লেপ
अर्थ : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য
उदाहरणे : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে
समानार्थी : প্রলেপ, লেও
स्थापित करा