पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লেঙেৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লেঙেৰা   বিশেষ্য

अर्थ : খোৰাই খোৰাই খোজকঢ়া অৱস্থা

उदाहरणे : আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?

समानार्थी : পেঙ্গুচিয়া, লেকেচিয়া

अर्थ : যি ব্যক্তিৰ এটা ভৰি অকামিলা হৈ গʼল বা ভাগি গʼল

उदाहरणे : লেঙেৰাজনে পেঙৰ সহায়ত খোজ কাঢ়িবলৈ চেষ্টা কৰি আছে

समानार्थी : খোৰা, পেঙুৰা

अर्थ : যিজনৰ হাত বা ভৰিত বিকৃতি আছে

उदाहरणे : চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল

समानार्थी : লেঙ্গেৰা

লেঙেৰা   বিশেষণ

अर्थ : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে

उदाहरणे : লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে

समानार्थी : খোৰা

अर्थ : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে

उदाहरणे : লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে

अर्थ : যাৰ এটা ভৰি ভাঙিল

उदाहरणे : লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল

चौपाल