अर्थ : অনুচিতভাৱে লোৱা
उदाहरणे :
আজিকালি লʼৰা-ছোৱালীৰ প্রৱেশৰ কাৰণে বৰঙণিৰ নামত শিক্ষা সংস্থা সমূহে লুটিছে
अर्थ : কাৰোবাক অত্যধিক খৰচ কৰোৱা
उदाहरणे :
সুনীলে নতুন চাকৰি পোৱাৰ খবৰটো পোৱাৰ পিছত লগৰীয়াসকলে অভ্যর্থ্্নাৰ নামত ্তেওঁক খুউব লুটিলে
अर्थ : ডকা-হকা দি বা বলপূর্বক্্ভাৱে কোনো বস্তু লৈ যোৱা কার্য
उदाहरणे :
আমাৰ চহৰত এজন মহাজনক লুটিলে
समानार्थी : লুটপাত কৰা