अर्थ : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য
उदाहरणे :
লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে মই এখন চিঠি লিখি আছো
समानार्थी : লিখা
अर्थ : খাতা আদিত লিখা কার্য
उदाहरणे :
বকেয়া ধনৰাশি আপোনাৰ খাতাত লিপিবদ্ধ কৰা হৈছে
समानार्थी : অন্তর্ভুক্ত ্কৰা, তোলা