पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লিপা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লিপা   ক্ৰিয়া

अर्थ : কোনো বস্তুৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ এৰাব নোৱাৰাকৈ লগোৱা কাৰ্য

उदाहरणे : দীপাৱলীৰ সময়ত ঘৰবোৰ ৰং আদিৰে লিপা হয়

समानार्थी : লেপন দিয়া

अर्थ : কোনো ভিজা বস্তুৰ পাতল লেপন লগোৱা কাৰ্য

उदाहरणे : ভঁৰাল ঘৰটো গোবৰেৰে লিপিছে

अर्थ : গুলি লোৱা বস্তুৰে পাতলকৈ দিয়া লেপন

उदाहरणे : তেওঁ ্ গোবৰেৰে ঘৰ লিপিছে

समानार्थी : মচা, লিচা, লেও দিয়া, লেপন দিয়া, লেপা

লিপা   বিশেষণ

अर्थ : লেপ লগাই থোৱা

उदाहरणे : তেওঁ ্ছাঁই লিপি থোৱা বাচনবোৰ ধুই আছে

समानार्थी : লিপি থোৱা, লিপ্ত

चौपाल