सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চাৰিৰে বিভাজিত কৰিব পৰা গ্রেগেৰীয় কেলেণ্ডাৰৰ বর্ষ সংখ্যা
उदाहरणे : অধিবর্ষত ফেব্রুৱাৰী মাহটো ২৯ দিনীয়া হয়
समानार्थी : অধিবর্ষ, লিপ ইয়েৰ
अर्थ : সৌৰবর্ষ সম্পূর্ণ কৰিবৰ কাৰণে যুক্ত কৰা তিথি বা তাৰিখ বিশেষ
उदाहरणे : প্রতি চাৰিবছৰৰ মূৰত লিপ-ইয়েৰৰ দিনটো ফেব্রুৱাৰী মাহত যোগ কৰা হয়
स्थापित करा