अर्थ : এক প্রকাৰ গোলাকাৰ মিঠা ফল লগা চিৰসেউজ বৃক্ষ
उदाहरणे :
তেওঁ লিচুত উঠি লিচু খাই আছে সি লিচু গছত উঠি আছে
समानार्थी : লিচু গছ
अर्थ : এবিধ সৰু আকাৰৰ গোলাকাৰ মিঠাজাতীয় ফল
उदाहरणे :
লিচুৰ বাকলি টান আৰু কাঁইটীয়া ধৰণৰ