पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লিখা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লিখা   বিশেষ্য

अर्थ : ওকণীৰ কণী

उदाहरणे : তাইৰ চুলিত লেখি ওকণী হৈছে

समानार्थी : ফুটনি, লেখি

अर्थ : লিপিৰ ৰূপত লিখা কার্য

उदाहरणे : ইতিহাসৰ বেছিভাগ ঘটনাৰ লিপিবদ্ধ কৰা হৈছে

समानार्थी : লিপিবদ্ধ

লিখা   ক্ৰিয়া

अर्थ : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য

उदाहरणे : লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে মই এখন চিঠি লিখি আছো

समानार्थी : লিপিবদ্ধ কৰা

अर्थ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা

उदाहरणे : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে

समानार्थी : কপি কৰা, টোকা, নকল কৰা

अर्थ : খাটা, কাগজ আদিত লিখোৱা

उदाहरणे : তেওঁ ্পঞ্চায়তৰ সভাপতিক কৈ নিজৰ নামটো ভোটাৰ তালিকাত ভৰালে

समानार्थी : ভৰোৱা, লিখোৱা

चौपाल