पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লিংগ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লিংগ   বিশেষ্য

अर्थ : শিৱ বা মহাদেৱৰ লিংগ যাৰ পূজা কৰা হয়

उदाहरणे : পুৰাতন কালত শিৱলিংগৰ পূজা কৰা হয়

समानार्थी : শিৱ লিংগ, শিৱলিংগ

अर्थ : পুৰুষ আৰু স্ত্রীৰ প্রভেদ নি্র্ণয় কৰিবলৈ ব্যাকৰণত সংজ্ঞায়িত কৰা শ্্ব্দ বিশেষ বা যিহৰ দ্বাৰা পুৰুষ আৰু স্ত্রীৰ প্রভেদৰ বিষয়ে অৱগত হʼব পাৰি

उदाहरणे : হিন্দীত দুই প্রকাৰৰ লিংগ থকাৰ বিপৰীতে সংস্কৃতত তিনি প্রকাৰৰ লিংগ পোৱা যায়

समानार्थी : লিঙ্গ

चौपाल